কলিয়াবৰৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনা।
যাত্ৰীবাহী বাছ আৰু কিয়া বাহনৰ মুখামুখি সংঘৰ্ষ।
গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী বাছ আৰু বিপৰীত দিশৰ পৰা অহা কিয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ ।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক।
এজনৰ অৱস্থা সংকটজনক ।
আহত দুজনক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ ।
দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS05AC1600 আৰু কিয়া বাহনখনৰ নম্বৰ AS01EY6665
কলিয়াবৰ কুঠৰীৰ পৰা দিলিপ ঘাটোৱালৰ ৰিপ’ৰ্ট