গাঞ্জা সৰবৰাহ কৰা দুই সৰবৰাহকাৰীক বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীত আটক কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ আৰক্ষী

🛑বিশ্বনাথ আৰক্ষীৰ বৃহৎ সাফল্য ।
🛑তেজপুৰৰ পৰা ধেমাজি অভিমুখী AS.12.DC9389 নম্বৰৰ আল্ট্ৰা বাহনত বুজন পৰিমাণৰ প্ৰায় ২৬ কেজি গাঞ্জা সৰবৰাহ কৰা দুই সৰবৰাহকাৰীক বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীত আটক কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ আৰক্ষী।

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment