Daily Time Axom

বাইহাটাৰ বেজেৰাত ৰয়েল পাব্লিক স্কুলৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 32

বিভিন্ন গীত মাত নৃত্য ইত্যাদিৰ মুখৰিত ৰয়েল পাব্লিক স্কুলৰ বাকৰি

কামৰূপ জিলাৰ বাইহাটাৰ বেজেৰাত অৱস্থিত ইংৰাজী মাধ্যমৰ অগ্ৰণী শিক্ষা অনুষ্ঠান ৰয়েল পাব্লিক স্কুলৰ সোমবাৰে বিভিন্ন কাৰ্য-কমনিকাৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ধৰণৰ নৃত্য-গীত আদিৰে মুখৰিত কৰি তোলে ৰয়েল পাব্লিক স্কুলৰ বাকৰি ।

ছানফ্লাৱাৰ ইংলিছ স্কুলৰ অধ্যক্ষ কুইনমা বেগমে মুখ্য অতিথি হিচাপে উপস্থিত হৈ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি শিক্ষাৰ ওপৰত গুৰুত্ব পূৰ্ণ ভাষণ প্ৰদান কৰে।

দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক তথা অভিভাবিকা সকলৰ লগতে কেইবাগৰাকীও জেষ্ঠ নাগৰিক উপস্থিত থাকে

বাইহাটা চাৰিআলিৰ পৰা ইফ্তাজুল হক

Leave A Reply

Your email address will not be published.