Daily Time Axom

আমিনগাঁৱত অঘটন, আমিনগাঁৱৰ উদ্যোগত জীৱন্তে অগ্নিদগ্ধ এজন শ্ৰমিক

0 50

আমিনগাঁৱৰ উদ্যোগত কৰ্মৰত শ্ৰমিক জন ৰামদিয়াৰ থানেশ্বৰ কলিতা ।
আমিনগাৱৰ “Rainbow Plast” নামৰ উদ্যোগটোত সংঘটিত হৈছে এই কৰুণ ঘটনা ।
উদ্যোগটোৰ শ্ৰমিকৰ শোৱনি কোঠাত জুই লগাৰ ফলত জীৱন্ত অগ্নিদগ্ধ হয় শ্ৰমিকজন ।
কোঠাটোত মুঠ ৮ জন শ্ৰমিক আছিল ।
কথমপি প্ৰাণ ৰক্ষা আন শ্ৰমিক কেইজন ।
“Rainbow Plast”ৰ কাষতে থকা “Sanaganeriya Taxtile Industry”ৰ শ্ৰমিকৰ কোঠাত প্ৰথমে জুইৰ সূত্ৰপাত হৈছিল ।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ।
ইতিমধ্যে উত্তৰ গুৱাহাটী গৌৰিপুৰ আৰক্ষী চকীয়ে তদন্ত আৰম্ভ কৰিছে ।

– পঙ্কজ নাথৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.