বিলাসীপাৰা আৰক্ষীৰ এক বৃহৎ সফলতা

বিলাসীপাৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰে চাৰি জনকৈ জুৱাৰীসহ নগত ধন আৰু জুৱাৰী সামগ্ৰী।

গোপন সূত্ৰৰ পমখেদি বিলাসীপাৰা আৰক্ষীয়ে বাতাপাৰা ওৱাড নং ২ ত অভিযান চলাই এক অভিযান এই অভিযান চলাই আটক কৰে চাৰিগৰাকী জুৱাৰীক।

জুৱাৰী কেইটা ক্ৰমে কাশেম আলী,জছেৰ আলী, ৰফিকুল ইছলাম,শাকিবুল হক।

জুৱাৰী কেইজনৰ ঘৰ বিলাসীপাৰাৰ বাতাপাৰাত বুলি জানিব পৰা গৈছে।
জুৱাৰী কেইটাক বিলাসীপাৰা চকীৰ পৰা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
বিলাসীপাৰা আৰক্ষীৰ ফালৰ পৰা বিলাসীপাৰা বাসীৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিছে যে বিলাসীপাৰাত জুৱা আৰু ড্ৰাগছৰ বিৰুদ্ধে আপোচ বিহিন অভিযান চলি আছে আৰু অনাগত দিনতো চলি থাকিব

বিলাসীপাৰা পৰা হাছেন আলী ৰিৰ্পোট।।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment