আপুনি বাৰু এখন গাড়ী কিনি ব্যৱসায় কৰিম বুলি ভাবিছে নেকি?

আপুনি বাৰু এখন গাড়ী কিনি ব্যৱসায় কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেন্তে দেৰি কিহৰ, আজিয়েই আপুনি 100 টকাত ক্ৰয় কৰক লক্ষীমপুৰ পানীগাঁৱৰ উপহাৰ কুপনৰ টিকট।কাৰণ খেল পৰিচালনা কমিটিয়ে নিবনুৱা সকলৰ সুবিধা হোৱাকৈ ব্যৱসায় কৰিব পৰাকৈ দিছে বহুত কেইটা উপহাৰ।

অসম চৰকাৰ আৰু প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি সাপেক্ষে লখিমপুৰ পানীগাঁৱত হ’বলৈ গৈ আছে এখন ডাঙৰ উপহাৰ কুপনৰ খেল।

২০২৪ চনৰ এপ্ৰিল মাহৰ ১৪ তাৰিখে অনুষ্ঠিত হ’ব এই বৃহৎ উপহাৰ কুপনৰ খেলখন।

টিকটৰ মূল্য মাত্ৰ ১০০ টকা।
মাজত মাত্ৰ এমাহ বাকী আছে আৰু এমাহৰ পিছতেই আপুনিও হৈ পৰিব পাৰে লাখ লাখ টকাৰ গৰাকী।
উক্ত উপহাৰ কুপন খেলখনৰ উপহাৰ হিচাপে আছে*
Toyta inova
ultra star bus.
traketor.
bolero pickup
eriksha আদি
যিসমূহ বাহন আপুনি লাভ কৰিব পাৰিব 100 টকাৰ বিনিময়ত।
অসমৰ যিকোনো ঠাইৰ পৰাই আপৱনি ক্ৰয় কৰিব পাৰিব টিকট । গতিকে 6000780769…

AssambollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment