আলিটাঙনীৰ অৱসৰপ্ৰাপ্ত শিক্ষক এ কে ফজলুল হকৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
অগ্নিকাণ্ডৰ ফলত জুইত ভস্মীভূত হয় ঘৰৰ সকলো বয়-বস্তু।
প্ৰায় দুই লাখ টকাৰ সা -সামগ্ৰী জুইত জাহ যায়।
স্থানীয় ৰাইজ আৰু জুৰীয়া অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়
ঘটনা স্থলীত জুৰীয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কি কাৰণত জুই লাগিছে সেয়া এতিয়াও পোহৰলৈ অহা নাই