Daily Time Axom

মাকাচৰৰ কুকুৰমাৰাত জব্দ বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী-আটক এজন

0 41

পুনৰ ড্ৰাগচৰ বিৰুদ্ধে কুকুৰমাৰাত মানকাচৰ আৰক্ষীৰ অভিযান। মানকাচৰ আৰক্ষীয়ে অভিযামত জব্দ কৰে ২২৮০ টা নিচাজাতীয় টেবলেট আৰু ১২৭ টা কপ চিৰাপ । ধাৰাকোবা গাওঁৰ পৰা কুকুৰমাৰা অভিমুখে আহি থকা অবস্থাত আৰক্ষীয়ে আটক কৰে AS15 AC 0945 নম্বৰৰ টেম্পু বাহনখন। অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় নিচাজাতীয় সামগ্ৰী খিনি । লগতে এজন ড্ৰাগচ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ।
আটকাধীন যুৱকজন ওকৰাবাৰী গাওঁৰ ৰাজিব মিয়া বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । সম্প্ৰতি মানকাচৰ আৰক্ষীয়ে ৰাজিব মিয়াক অধিক তথ্যৰ বাবে সোধপোছ অৱ্যাহত ৰাখিচে।

Leave A Reply

Your email address will not be published.