Daily Time Axom

অসমৰ সকলো জনগোষ্ঠীকে জনজাতীৰ ময্যদা দিব লাগেঃপৰমানন্দ ৰাজবংশী

0 33

পূৰ্বৰ জনজাতীয় সকলে মৰ্যদা পোৱাৰ উপৰিও সকলো জনগোষ্ঠীকে জনজাতীয় ময্যদা দিয়া উচিত । অসমলৈ অহা পুৰুষ সকলে স্থানীয় জনজাতীয় মহিলাৰ সতেবিবাহ পাশত আবদ্ধ হৈছিল । অসমলৈ পুৰুষ লোকসকলহে আহিছিলঃ আমিনগাঁৱত ৫১৪তম চিলাৰায় দিবসত এই মন্তব্য বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ । লগতে তেওঁ কয়- নৃতাত্ত্বিক দৃষ্টিৰে চালে,সেয়ে মুখায়বত জনজাতীয় আভাষ দেখা যায় । কোচ বিহাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কেন্দ্ৰ কৰিব নোৱাৰাটো দুৰ্ভাগ্যৰ কথা । শনিবাৰে আমিনগাঁৱত আয়োজিত চিলাৰায় দিৱসত এই কথা দোহাৰে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।

Leave A Reply

Your email address will not be published.