Daily Time Axom

বৰনগৰ মহাবিদ্যালয়ত ৫১৪ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদ্‌যাপন

0 31

আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱস,অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ বৰনগৰ মহাবিদ্যালয়ত বৰনগৰ মহাবিদ্যালয় কোচ ৰাজবংশী ষ্টুডেণ্টছ এছোছিয়েশ্যনৰ উদ্যোগত ৫১৪ সংখ্যক বিশ্বমহাবীৰ চিলাৰায়ৰ জন্মজয়ন্তী বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদ্‌যাপন কৰে,বিভিন্ন কাৰ্যসূচীৰ লগতে এখন সভা অনুষ্ঠিত হয়,এই সভাখন বৰনগৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ সভাপতিত্ব কৰে,মুখ্য অতিথি হিচাপে বৰনগৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মহেন দাস আৰু অতিথি হিচাপে মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড° জাহেৰুল আলম উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.