উত্তৰ গুৱাহাটীত স্কুটিক মহতিয়ালে ডাম্পাৰে

উত্তৰ গুৱাহাটীত বন্ধ নহল ডাম্পাৰৰ সন্ত্ৰাস ।এইবাৰ স্কুটীৰ ওপৰেৰে চলিল ডাম্পাৰৰ চকা ।উত্তৰ গুৱাহাটী ফুলুং চ’কত পথৰ দাতিত ৰৈ থকা স্কুটী মহতিয়ালে ডাম্পাৰে ।দুৰ্ঘটনা সংঘটিত কৰি পলায়ন AS 16 AC 2887 নম্বৰৰ ডাম্পাৰ খনৰ ।ডাম্পাৰৰ গৰাকী ৰংমহলৰ প্ৰীতম দাস বুলি জানিব পৰা গৈছে ।বাহন খন কৰ ফাঁকিৰে চলাই আহিছিল ।উত্তৰ গুৱাহাটীত অধিকাংশ ডাম্পাৰ নাম্বাৰপ্লেট বিহীনভাবে চলিছে ।বাহন খন কৰ ফাঁকিৰে চলাই আহিছিল ।উত্তৰ গুৱাহাটীত অধিকাংশ ডাম্পাৰ নাম্বাৰপ্লেট বিহীনভাবে চলিছে ।নকৈ নিৰ্মাণকৰা ৰংমহল মথাউৰিৰ ক্ষতি কৰি চলি আহিছে শ শ ডাম্পাৰ।

AssambollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment