Daily Time Axom

হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমিত বিঞ্জান দিৱস উদযাপন

0 25

আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । বিজ্ঞানৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে দেশজুৰি পালন কৰা হৈছে বিজ্ঞান দিৱস । হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমিত উদযাপন কৰা হৈছে বিজ্ঞান দিৱস ।জ্ঞান বিকাশ একাডেমি কৰ্তৃপক্ষই আয়োজন কৰা বিঞ্জান দিৱস অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰি বিঞ্জানৰ বিভিন্ন বস্তু নিৰ্মাণ কৰি প্ৰদৰ্শন কৰে ৷ চন্দ্ৰযান-৩ ,সৌৰজগত, মানুহৰ পাচত তন্ত্ৰ আদি বিঞ্জান প্ৰযুক্তিৰে নিৰ্মান কৰা পৰিলক্ষিত হয় ৷বিজ্ঞান দিৱস উপলক্ষে আজি জ্ঞান বিকাশ একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ সকলোৰ মাজত কুইজ প্রতিযোগিতাৰ অনুষ্ঠিত হয় ।
কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰছাত্ৰী সকলোৰ মাজত বটা বিতৰণ কৰে বিদ্যালয় কৰ্তৃপক্ষই ৷

Leave A Reply

Your email address will not be published.