Daily Time Axom

ৰূপহীহাটত কুখ্যাত ড্ৰাগছ সৰ্বৰাহকাৰী আটক

0 47

ৰূপহীহাটৰ জ্যোতিনগৰত আৰক্ষীয়ে অভিযান চলাই আটক কৰে কুখ্যাত ড্ৰাগছ সৰ্বৰাহকাৰীটোক । ড্ৰাগছ সৰ্বৰাহকাৰীৰ পৰা 5 টাকৈ চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ জব্দ কৰে ৰূপহীহাট আৰক্ষীয়ে ।ধৃত ড্ৰাগছ সৰ্বৰাহকাৰীটো তামুলীটোপৰ ইব্ৰাহিম আলী । তামুলীটোপৰ পৰা জ্যোতিনগৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহাত হাতে-লুটে কৰায়ত্ব কৰে আৰক্ষীয়ে ।অধিক তথ্যৰ বাবে সৰ্বৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে ।

Leave A Reply

Your email address will not be published.