ধুবুৰীৰ ৰাইজে এইবাৰ চালানি প্ৰাৰ্থীক ভোট নিদিয়ে-জাবেদ ইছলাম

“সংখ্যালঘু ৰাইজ এইবাৰ উন্নয়ন বিচাৰি আমাৰ লগত আছে” দলীয় কৰ্মী সভাত জাবেদ ইছলামৰ মন্তব্য৷

মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জাৱেদ ইছলামে অগপ বিজেপি মিত্ৰজোঁটৰ পৰা ধুবুৰী সাংসদীয় সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত আজি জিলাখনৰ সদৰ হাটশিঙীমাৰীত এখন কৰ্মী সভাত উপস্থিত হয়৷ উক্ত দলীয় কৰ্মী সভাত ৰাইজৰ বিপুল সহাৰি লাভ কৰে জাবেদ ইছলামে ৷ সভাখনৰ পৰাই জাবেদ ইছলামে সংবাদ মেলত এনেদৰে মন্তব্য আগবঢ়ায়৷

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment