Daily Time Axom

৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি

0 43

নলবাৰীৰ “নপ্তিপাৰা সত্ৰ”ত “উত্তৰ-পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক নপ্তিপাৰা অধিৱেশনৰ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সামৰণি!
বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰে উখল মাখল পৰিৱেশ!
নলবাৰী জিলাৰ নপ্তিপাৰাত “উত্তৰ পূব ভাৰত হৰিদেৱ সংঘ”ৰ ৪৭ সংখ্যক অধিৱেশনখন নপ্তিপাৰাস্থিত “বাসুদেৱ ক্ষেত্ৰ,নপ্তিপাৰা সত্ৰ” ত যোৱা ১৫,১৬ আৰু আজি ১৭ মাৰ্চ ২০২৪ ইংৰাজী অৰ্থাৎ ১,২,৩ চ’তলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’য়। হৰিদেৱ সংঘৰ অধিবেশনখনিৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ উপস্হিত থাকে।

Leave A Reply

Your email address will not be published.