Daily Time Axom

তামুলপুৰৰ কচুবাৰীত শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২৪ বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱৰ বিশেষ প্ৰস্তুতি

0 30

তামুলপুৰ জিলাৰ কচুবাৰীত প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্নতামুলপুৰৰ কচুবাৰীত শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২৪ বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱৰ বিশেষ প্ৰস্তুতি ।

তামুলপুৰ জিলাৰ কচুবাৰীত প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ সমন্বয়ৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২৪ বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱৰ আয়োজন কৰা হৈছে।অহা ১৯ মাৰ্চৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হব এই মহোৎসৱৰ। বিগত বহু বছৰ ধৰি চলি অহা এই গৰখীয়া সবাহখনে সম্প্ৰতি আৰু অধিক জনপ্ৰিয় হৈ উঠিছে তথা অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি সভাখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলে।এইবাৰৰ ৫২৪ বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেনীৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতিও কামনা কৰিছে আয়োজক সমিতিয়ে। জাতি জনগোষ্ঠীৰে ভৰপূৰ সমন্বয়ৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২৪ বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱৰ আয়োজন কৰা হৈছে।অহা ১৯ মাৰ্চৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হব এই মহোৎসৱৰ। বিগত বহু বছৰ ধৰি চলি অহা এই গৰখীয়া সবাহখনে সম্প্ৰতি আৰু অধিক জনপ্ৰিয় হৈ উঠিছে তথা অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি সভাখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলে।এইবাৰৰ ৫২৪ বৰ্ষীয় গৰখীয়া সবাহ মহোৎসৱত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেনীৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতিও কামনা কৰিছে আয়োজক সমিতিয়ে।

Leave A Reply

Your email address will not be published.