Daily Time Axom

যুৱ সমাজ ৰত্ন বঁটা বাবে মনোনীত মৰিগাঁও সিধাবাৰী চিন্তু বৰদলৈ

0 107

আৰ্ত-দুৰ্গত সকলৰ সেৱা , বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, বিনামূলীয়া ৰক্তদান, কৰ্কট ৰোগীক সামৰ্থ অনুসৰী সহায় আগবঢ়ায় অহাত মৰিগাঁও জিলা সিধাবাৰী যুৱ সাংস্কৃতিক কৰ্মী চিন্তু বৰদলৈ লৈ এটি আগশাৰীৰ ছছাইটি এক্টৰ পঞ্জীয়ন ভুক্ত সামাজিক ক্ষেত্ৰত আগবঢ়োৱা আগশাৰীৰ হেল্পিংহেণ্ড সন্থাই এই বছৰৰ যুৱ সমাজ ৰত্ন বঁটা বাবে মনোনীত কৰে।
লগতে ৭এপ্ৰিল ২০২৪তাৰিখ দেওবাৰে এই বঁটা প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.