কামৰূপৰ হাজো দমদমাত কৰায়ত্ত সন্দেহ জনক এগৰাকী ISIS ৰ সদস্য।
গুৱাহাটীৰ পৰা হাজো অভিমুখে হাতত সন্দেহ জনক এখন কলা পতকা লৈ গৈ থকা সময়তে কৰায়ত্ত এজন যুৱক।
যুৱকজনে নিজকে ISIS ৰ সমৰ্থক বুলি পৰিচয় দিয়ে।
খোজ কাঢ়ি গৈ থকা অৱস্থাতে যুৱক জনক কৰায়ত্ত উত্তৰ কামৰূপ হিন্দু জাগৰন মঞ্চৰ ।
যুৱক জনক কৰায়ত্ত কৰি হাজো আৰক্ষীক গটাই দিয়ে কামৰূপ জিলাৰ হিন্দু জাগৰন মঞ্চৰ সহ সংযোজক টংকে ডেকা আৰু তেওৰ সহযোগীয়ে।
কৰায়ত্ত যুৱক জনে নিজকে IIT Guwahatir শিক্ষাৰ্থী বুলি পৰিচয় দিয়ে।
যুৱক জনৰ নাম তৌচিফ আলি ফাৰুকি,ঘৰ দিল্লীৰ পোখৰাত বুলি জানিব পৰা গৈছে।
কিছুদিন পূৰ্বে জেহাদী ছাত্ৰজনে সামাজিক মাধ্যম যোগে ISIS সমৰ্থনত দিছিল বিতৰ্কিত পোষ্ট।
নিজকে ISIS ৰ সমৰ্থক বুলি পৰিচয় দিয়া IIT Guwahatir বি টেক চতুৰ্থ বৰ্ষৰ শিক্ষাৰ্থী গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
ইতিমধ্যে অধিক তদন্তৰ বাবে STF কাৰ্যালয়ত লৈ যোৱা হৈছে ছাত্ৰ জনক।