অসম জন মৰ্চাৰ প্ৰাৰ্থী অধিবক্তা চাইফুল ইছলাম চৌধুৰীৰ মনোনয়ন দাখিল

আজি নগাঁও আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে নগাঁও লোকসভাৰ প্ৰাৰ্থী অধিবক্তা চাইফুল ইছলাম চৌধুৰীয়ে

মনোনয়ন দাখিল কৰি চৌধুৰীৰ মন্তব্য AIUDF হব মোৰ মূল প্ৰতিদ্বন্দী,মই সকলোৰে পূৰ্ণ সমৰ্থন লাভ কৰি আছোঁ, মই জয়ী হ’ম বুলি আশাবাদী।

দিনে নিশাই লোকসভা সমষ্টিৰ প্ৰতিটো প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলোৱা চাইফুল ইছলাম চৌধুৰী অধিবক্তা হিচাপে আছে নগাঁৱত জনপ্ৰিয়তা।

আজি দিনৰ ১ বজাত মনোনয়ন দাখিল কৰি একেদিনাই কেইবাটাও সভাত ৰাইজৰ সৈতে মিতবিনিময় কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment