Daily Time Axom

তামুলপুৰত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সভা

0 48

বিটিআৰৰ দৰং ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিৰ এন ডিৰ এৰ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন প্ৰাক্তন আলফা ঐক্য মঞ্চৰ

ৰাজ্য আন সমষ্টিটো বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীলৈ নৈতিক সমৰ্থন আগবঢ়াব।

বৰ্তমান দেশৰ ৰাজনীতি বিজেপিৰ সপক্ষে আছে ।
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন কৰি তৃতীয়বাৰৰ বাবে প্ৰধান মন্ত্ৰী হ’ব ।

অসমতো মুখ্যমন্ত্ৰীয়ে যথেষ্ট ভাল কাম কৰিছে ৷
তেনেকুৱা মুখ্য মন্ত্ৰী পুনৰ পাচ বছৰ হ’ব লাগে ৷

কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন আলফা সকলৰ কল্যানৰ বাবে চূক্তি কৰিছে সেয়ে আমি বিজেপিক নৈতিক সমৰ্থন জনাইছো ৷

ভাষ্য – লোহীত দেউৰী, কাৰ্যকৰী সভাপতি,প্ৰাক্তন আলফা ঐক্য মঞ্চ ৷

Leave A Reply

Your email address will not be published.