তামুলপুৰৰ গণ সুৰক্ষা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ GSP দলৰ প্ৰাৰ্থী ডঃ স্বৰ্ণ দেৱীক লৈ নৱ শৰণীয়া কেইবাটাও মন্তব্য আগবঢ়াই।
নৱ কুমাৰ শৰণীয়াৰ অংক। প্ৰতিটো বিধান সভাৰ পৰা ৬০ হাজাৰতকৈ ভোট পাব গণ সুৰক্ষা প্ৰাৰ্থীয়ে।
দৰং-ওদালগুৰিত এইবাৰ বড়ো ভোট বিজেপিৰ পক্ষত যোৱাৰ সম্ভাৱনা নাই।
বিগত দিনত দিলীপ শইকীয়াই BTR ৰ বাবে কোনো উন্নয়নৰ মাত মতা নাই সদনত।
দৰং-ওদালগুৰিত BPF এ তিনি লাখ ভোট পালেও আমাৰ ভোট নাযায়, এইখিনি বিজেপিৰ ভোট যাব বুলি মন্ত্যৱ।
ইপিনে দৰং-ওদালগুৰিৰ প্ৰাৰ্থী গৰাকী এইবাৰ সমষ্টিটোত সমাজ নীতি শ্লোগানেৰে ভোটাৰ ৰাইজৰ কাষ চাপিব বুলি মন্ত্যৱ। ২ লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ আশাপ্ৰকাশ প্ৰাৰ্থী গৰাকীৰ।