Daily Time Axom

শিৱসাগৰ আৰু ডিমৌ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত গৌৰৱ গগৈ

0 51

দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ বিভিন্ন প্ৰান্তত গৌৰৱ গগৈ

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মী সকলৰ সহযোগত এনেদৰে আজি দেখা পোৱা গ’ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈক | এই নিৰ্বাচনী সভাত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে গৌৰৱ গগৈয়ে | শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ অন্তৰ্গত ১৪ খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে |

Leave A Reply

Your email address will not be published.