Daily Time Axom

আফগানিস্তানত লেণ্ডমাইন বিস্ফোৰণত ৯ টা শিশুৰ মৃত্যু

0 42

আফগানিস্তানত লেণ্ডমাইন বিস্ফোৰণত ৯ টা শিশুৰ মৃত্যু। আফগানিস্তানৰ দক্ষিণ-পূব অংশত সংঘটিত হৈছে এই বিস্ফোৰণ। প্ৰসংগক্ৰমে দশক দশক ধৰি চলি থকা সংঘাতৰ বাবে আফগানিস্তানৰ বিভিন্ন ঠাইত এতিয়াও লেণ্ডমাইন আছে। এই বিপজ্জনক লেণ্ডমাইনত হতাহতিৰ আশংকা। সেই দেশৰ তথ্য আৰু সংস্কৃতি বিভাগৰ প্ৰাদেশিক মুৰব্বী হামিদুল্লা নিছাৰে কয় যে যোৱা দেওবাৰে গাজনী প্ৰদেশৰ গেৰু জিলাত ল’ৰা-ছোৱালীৰ দল এটাই খেল খেলি থকাৰ সময়তে এটা লেণ্ডমাইন বিস্ফোৰণ ঘটিছিল। ইয়াৰ বাবেই ৯টা শিশুৰ মৃত্যু হয়।

Leave A Reply

Your email address will not be published.