Daily Time Axom

বিলাসীপাৰাত এগৰাকী লম্পট শিক্ষকে কালিমা সানিলে শিক্ষক সমাজত

0 54

বিলাসীপাৰাত এগৰাকী লম্পট শিক্ষকে শিক্ষক সমাজক কালিমা সানিলে।

ৰান্ধনীৰ লগত যৌন সম্পৰ্ক কৰাৰ অভিযোগ এগৰাকী চৰিত্ৰহীন লম্পট শিক্ষকৰ বিৰুদ্ধে।
লম্পট শিক্ষক গৰাকী হ’ল,বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তগৰ্ত কাজাইকাটা মহম্মদীয়া এম ই মাদ্ৰাছাৰ সহকাৰী লম্পট শিক্ষক মন্তাজ আলী.আহমেদ।

এই গৰাকী সহকাৰী লম্পট শিক্ষক মন্তাজ আলী আহমেদে মাদ্ৰাছা খনৰ ৰান্ধনী হনুফা বেওঁৱাক বলপূৰ্বক ভাৱে যৌন সম্পৰ্ক কৰাৰ অভিযোগ।

লম্পট শিক্ষক মন্তাজ আলীয়ে ৰান্ধনী হনুফা বেওঁৱাক যৌন সম্পৰ্ক কৰি ডেৰ মাহৰ গৰ্ভধাৰণ কৰাৰ অভিযোগ।

ৰান্ধনী হনুফা বেওঁৱাক গৰ্ভধাৰণ কৰি লগতে গৰ্ভপাত কৰাৰো অভিযোগ, লম্পট শিক্ষক গৰাকীৰ বিৰুদ্ধে।

সমগ্ৰ ঘটনা সন্দৰ্ভত গাওঁ খনৰ স্থানীয় ৰাইজে মাদ্ৰাছা খনৰ সন্মুখত লম্পট শিক্ষক মন্তাজ আলি আহমেদৰ বিৰুদ্ধে এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছেয

Leave A Reply

Your email address will not be published.