আমিন গাঁও মৰিয়াপট্টি জামে মজজিদত এছ টি এফৰ অভিযান

ISISত যোগদান কৰা আই আই টি গুৱাহাটীৰ ছাত্ৰ তৌফিক আলি ফাৰুকীৰ সৈতে যুগসূত্ৰৰ সন্দেহত আমিন গাঁও জামে মজজিদত তালাচী অভিযান এছ টি এফৰ।
ফাৰুকী আৰু সহযোগী ছাত্ৰই মৰিয়াপট্টি জামে মজজিদত নিয়মীয়া আহ যাহ কৰিছিল ।
যাৰবাবে বৰ্তমানে মজজিদটোত তন্নকৈ অভিযান চলাই আছে আৰক্ষী এছ টি এফে । মহজিদৰ মৌলবী হাজোৰ মুকালমুৱাৰ গুলজাৰ হুছেইনক দীৰ্ঘ সময় ধৰি সোধ পোচ STF বাহিনীৰ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment