ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সৰভোগত পদযাত্ৰা

ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি উৎসৰ্গিত,জনসেৱাৰ প্ৰতি দায়বদ্ধ তথা ভাৰতীয় গণতন্ত্ৰৰ প্ৰকৃত বাহক বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পার্টিৰ আজি প্ৰতিষ্ঠা দিৱস,সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰান্তেপ্ৰান্তে প্ৰতিষ্ঠা দিৱস পালন,দলটোৰ চক্‌চকা মণ্ডলে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা এখন সভা অনুষ্ঠিত কৰে,সভাৰ শেষত এক পদযাত্ৰা আৰম্ভ কৰে৷

Assamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment