Daily Time Axom

মাজনিশাৰ পৰা আফগানিস্তানকে ধৰি কাশ্মীৰলৈকে ধাৰাবাহিকভাৱে ভূমিকম্পৰ কঁপনি

0 68

মাজনিশাৰ পৰা দেওবাৰে পুৱালৈকে একেৰাহে ভূমিকম্পৰ ফলত দেশখনৰ কেইবাটাও অঞ্চল কঁপিছিল। আফগানিস্তানত নিশাও মৃদু কঁপনি অনুভৱ হয়।
নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীৰ তথ্য অনুসৰি আফগানিস্তানত ২:২৬ বজাত ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.৩। ভূমিকম্পৰ উৎপত্তি ১২০ কিলোমিটাৰ তলত আছিল। আফগানিস্তানৰ উপৰিও তাজিকিস্তান, উজবেকিস্তান, কিৰ্গিস্তান আদিতো কঁপনি অনুভূত হয়।

Leave A Reply

Your email address will not be published.