উত্তৰ আমেৰিকাৰ তিনিখন দেশত দেখা গ’ল সম্পূৰ্ণ সূৰ্যগ্ৰহণ

উত্তৰ আমেৰিকাৰ তিনিখন দেশ আমেৰিকা, মেক্সিকো আৰু কানাডাৰ পৰা লাখ লাখ বাসিন্দাই সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সাক্ষী হৈ ৰয়।

সোমবাৰে স্থানীয় সময় অনুসৰি পুৱা ১১:০৭ বজাত মেক্সিকোৰ পশ্চিম উপকূলৰ পৰা প্ৰথম আংশিক সূৰ্যগ্ৰহণ দেখা যাব। ইয়াৰ পিছত আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ পৰা আৰু তাৰ পিছত কানাডাত সূৰ্যগ্ৰহণ দেখা যায়। সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সময়ত চন্দ্ৰই সূৰ্য্যক সম্পূৰ্ণৰূপে আবৰি ৰাখে। সেই সময়ত তিনিখন দেশ আন্ধাৰ হৈ পৰিছিল ৪ মিনিটতকৈও অধিক সময় ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment