যৌনকৰ্মীৰ পৰা গায়িকা হ’ল আলিয়া

সঞ্জয় লীলা ভাঞ্চলীয়ে আলিয়া ভাটক নতুন ৰূপত সজাইছে। গংগুবাই কঠিয়াবাৰীত যৌনকৰ্মীৰ চৰিত্ৰত অভিনয় কৰি ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ভাঞ্চালীৰ আগন্তুক ছবিখনত তেওঁক দেখা যাব এগৰাকী জাজ গায়িকাৰ চৰিত্ৰত। বিপৰীতে দুই নায়ক ৰণবীৰ কাপুৰ, বিকি কৌশল।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment