Daily Time Axom

বৰক্ষেত্ৰীৰ চাউলখোৱাৰ ছাত্ৰীৰ সাফল্য

0 45

Dise code থকা বিদ্যালয়ত নামভৰ্তি নকৰিলে কি হ’ব পাৰে আপোনাৰ সন্তানৰ?

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভৈৰাঘোলস্থিত “জনকল্যাণ জাতীয় বিদ্যালয়ে” সুখ্যাতিৰে সাত-আঠ বছৰ সম্পূৰ্ণ কৰিছে। আৰম্ভণিৰে পৰা ইউ ডাইছ ক’ড থকা এই বিদ্যালয়খনে প্ৰতিবছৰৰ দৰে এইবেলিও সুখ্যাতি লাভ কৰিছে। “নলবাৰী জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতি”ৰ দ্বাৰা আয়োজিত “জাতীয় বিদ্যালয় বৃত্তি পৰীক্ষা,২০২৪ “ত “জনকল্যাণ জাতীয় বিদ্যালয়” ৰ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত মাহিনুৰ ইয়াছমিনে বৃত্তি লাভেৰে সফলতা লাভ কৰি অঞ্চলটোৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মাহিনুৰ ইয়াছমিন নলবাৰী জিলাৰ কুটনিকুছি গাঁও নিবাসী শ্বাহজামাল আমণ্ড আৰু মইসুন্দৰী নেছাৰ কন্যা।

Leave A Reply

Your email address will not be published.