সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে উজলিল মুকালমুৱা বৰলিয়াপাৰস্থিত ৰয়েল গ্লৱেল একাডেমী

২০২২ চনত স্থাপিত হোৱা ৰয়েল গ্লৱেল একাডেমী খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল ১০ গৰাকী ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনৰ প্ৰথম বৰ্ষটিত অৱতীৰ্ণ হোৱা মুঠ ১০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১ গৰাকীয়ে ষ্টাৰ,৮ গৰাকী প্রথম আৰু ১ এগৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হয়।বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উৰ্তীৰ্ণ হোৱা আটাইগৰাকী ছাত্র-ছাত্ৰীক বিদ্যালয় চৌহদত এখনি সম্বৰ্ধনা সভা আয়োজন কৰি সম্বৰ্ধনা জনায় ।সম্বৰ্ধনা সভাখনত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী,ছাত্র-ছাত্ৰী,অভিভাৱক সকল উপস্থিত থাকে।

Daily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment