শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা |
✍️নিহত এজন জনপ্ৰিয় ইউটিউবাৰ |
✍️দৰিকাপাৰ NRL ৰ সন্মুখত সংঘটিত দুৰ্ঘটনাত নিহত অংকুৰ ৰাজ শৰ্মা |
✍️ৰখাই থোৱা মেজিকত খুন্দা মাৰে অংকুৰৰ বুলেটে |
✍️ভাৰতীয় জনতা যুৱ মৰ্চাৰ শিৱসাগৰ নগৰ মণ্ডলৰ ১৮৯ নং বুথৰ সভাপতি অংকুৰ শৰ্মাৰ দুৰ্ঘটনাত পৰলোকপ্ৰাপ্তি ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ |
Farhan Laskar, Sivasagar.