ইৰাকত মৃত্যুদণ্ড প্ৰদান ১১ জন সন্ত্ৰাসবাদীক

ইৰাকত ১১ জন লোকক ফাঁচী দিয়া হয়। ইৰাক প্ৰশাসনে এই সপ্তাহত ‘সন্ত্রাসবাদ’ৰ সৈতে জড়িত বুলি দোষী সাব্যস্ত হোৱা ১১ জন লোকক ফাঁচী দিয়ে৷
ইৰাকৰ আইন অনুসৰি সন্ত্ৰাসবাদ আৰু হত্যাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি আৰু মৃত্যুদণ্ডৰ ডিক্রীত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিব লাগিব।
ইৰাকৰ দক্ষিণ প্ৰদেশৰ নাছিৰিয়া চহৰৰ এখন কাৰাগাৰত ফাঁচী দিয়া হৈছে ইছলামিক ষ্টেটৰ ১১ জন সন্ত্ৰাসবাদীক। মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা ১১জন লোকৰ মৃতদেহ লাভ কৰিছে স্বাস্থ্য বিভাগে।

Daily time axomIndiaInternationalWorld
Comments (0)
Add Comment