Daily Time Axom

খাৰুৱাবান্ধাত বুথ কমিটিয়ে এইবাৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীকলৈ সিদ্ধান্ত গ্ৰহণ

0 35

আজিৰ সভাত শতাধিক ৰাইজে এনেদৰে উত্তাল কৰি জাবেদ ইছলামক জিন্দাবাদ ধ্বনি দি কঁপাই তুলিলে।

অসম গণ পৰিষদ দল আৰু বিজেপি দলৰ মিএজোটৰ প্ৰাৰ্থী জাবেদ ইছলামে ২নং ধুবুৰীৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ।

ৰাইজে AIUDF আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ বিস্ফোৰণ মন্তব্য কৰি বদৰুদ্দিন আজমলক ধুবুৰীৰ লোকসভা নিৰ্বাচনত ৰাইজে ৩ বাৰ কৈ জিকাৰ পিছতো কোনো ধৰণৰ উন্নয়ন কাম কৰা নাই। তদুপৰি কংগ্ৰেছ প্ৰাৰ্থী ৰফিকুল ইছলামকো চালানি মাছ বুলি কৈ ভোট দিলে কোনো লাভ নাই কয়। এইবাৰ জনসাধাৰণে বুজি পাইছে লোকেলক ভোট দিব বুলি ৰাইজে আশা প্ৰকাশ কৰে। জাবেদ ইছলামক ভোট দিব বুলি ৰাইজে সিদ্ধান্ত লয়।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত খাৰুৱাবান্ধাত ছানোৱাৰ ইছলাম বাসগৃহত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ ঘৰত অনুষ্ঠিত কমিটিৰ সভাত ৰাইজে কংগ্ৰেছ আৰু AIUDF ৰ বিষয়ে তাত্পৰ্য মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.