Daily Time Axom

নগাঁও উৰিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

0 26

১৬ চকা ট্ৰাকে মহীটিয়ালে দুই বাইক আৰোহীক।

একেটা পথেদি আহি থাকোঁতে দুখন ট্ৰাকৰ মাজেদি পাৰ হ’ব লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো ।

বাইক আৰোহী শ্বাহিদ দাস আৰু আমিন আলী থিতাতে নিহত হয়।

Leave A Reply

Your email address will not be published.