বিশ্ব প্রয়াত মাতৃ সকলৰ সোৱৰণত ২০২৩ বৰ্ষৰ অসম গ্ৰাম্য শিৰোৰত্ম
বটা প্রদান অনুষ্ঠান আৰু সাহিত্য সংস্কৃতি অনুষ্ঠানৰ আয়োজন কৰে।
অসম গৰীয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সভাপতি সভাৰাম বৰাৰ সভাপতিত্বত আয়োজিত সম্বৰ্ধনা সভাত অসমৰ বিভিন্ন প্ৰান্তৰ প্রায় ২০ গৰাকী কবি, সাহিত্যিক,চিত্র শিল্পীক এই সম্বৰ্ধনা জনাই।
নগাঁৱৰ কচুৱাৰ জ্ঞানপীট বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভা।