Daily Time Axom

মৈৰাবাৰী মহাবিদ্যালয়ত Royal Global University’ৰ Regional Workshop অনুষ্ঠিত

0 57

▶️মৈৰাবাৰী মহাবিদ্যালয়ত আজি Student Support and Progression Cell মৈৰাবাৰী মহাবিদ্যালয়ৰ উদ্যোগত আৰু Royal Global University, গুৱাহাটী আৰু মৈৰাবাৰী মহাবিদ্যালয় Alumni Association,ৰ সহযোগত এখনি Career সম্পৰ্কীয় অনুষ্ঠানৰ আয়োজন কৰা হয়।

▶️বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ সুবিদাৰ্থে Career সম্পৰ্কীয় আলোচনা কৰা হয়।

▶️মহাবিদ্যালয় খনত দিনৰ ১১ টা বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত Royal global university’ত অধ্যয়ন কৰা সন্ধৰ্ভত আৰু বিষয় বিলাকৰ বিষয়েও উপস্থিত ছাত্ৰ ছাত্ৰীক বিতংকৈ অৱগত কৰায় উপস্থিত অতিথি ক্ৰমে- Department of botany’ৰ ড° মণিৰাম নাথ,Department of Microbiology’ৰ ড° দেৱজিত কলিতা, Department of Social Work’ৰ নৱনীতা হাজৰিকাই।লগতে আদৰণি ভাষণ দিয়ে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° ৰিয়াজুল হকে।

▶️আনহাতে অনুষ্ঠানটো সঞ্চালনা কৰে মৈৰাবাৰী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড৹ মইদুল ইছলামে।

Leave A Reply

Your email address will not be published.