Daily Time Axom

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

0 35

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা।
গুৰুতৰভাৱে আহত তিনিজন।
বিলাসীপাৰাৰ বান্ধব পাৰাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
জানিব পৰা মতে তীব্ৰ বেগী মটৰ চাইকেলে মহতিয়াই নিয়ে চাইকেল আৰহীক।
বিলাসীপাৰাৰ বান্ধব পাৰাৰ ১ম খণ্ড গাঁৱৰ ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
ঘটনাস্থলীত তৎক্ষণাৎ বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনা পতিত হোৱা ব্যক্তি তিনিজনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এজনৰ অবস্থা অতি সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.