দীপিকাৰ শৰীৰত মাতৃসুলভ আভা

জীৱনৰ আটাইতকৈ সুন্দৰ মুহূৰ্ত উপভোগ কৰিছে ‘ফাইটাৰ’ অভিনেত্ৰী দীপিকা পাডুকনে।

শেহতীয়াকৈ মুম্বাইৰ এক অনুষ্ঠানত উজ্জ্বল হালধীয়া ৰঙৰ পোছাক পিন্ধি দেখা গৈছিল দীপিকাক। য’ত তেওঁ ছালৰ যত্নৰ বিষয়ে বহু পৰামৰ্শ দিছিল। কিন্তু অভিনেত্ৰীগৰাকীৰ মাতৃসুলভ জিলিকনি দেখি অনুৰাগীসকল আপ্লুত হৈছে। নৱেম্বৰ মাহত আহিব ভাল খবৰ। কিছুদিন পূৰ্বে ভোট দিবলৈও মহানগৰীত হাজিৰ হৈছিল তেওঁ। তেওঁৰ লগত আছিল ‘বাজীৰাও’ ৰণবীৰ সিং।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment