Daily Time Axom

মোবাইল বিস্ফোৰিত হৈ ডিমৌ লাইবিলৰ কামান্ডো অমৰজোতি টাইডৰ মৃত্যু

0 36

হাইলাকান্দিত কৰ্মৰত কামান্ডো অমৰজ্যোতি মাত্ৰ ডেৰ বছৰ পূৰ্বে চাকৰিত নিযুক্ত হৈছিল | মোবাইল বিস্ফোৰিত হৈ মৃত্যু হয় যুৱকজনৰ | ডিমৌ লাইবিলৰ পিতৃ ৺পুষ্প টাইড আৰু মাতৃ নাতেৰ টাইডৰ পুত্ৰ অমৰজোতি বুলি জানিব পৰা গৈছে | নিশা মোবাইল চার্জত লগাই কথা পাতি থাকোতেই শব্দ কৰি বিস্ফোৰণ হয় মোবাইলটো, আৰু লগে লগে অমৰজ্যোতিৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে |

Leave A Reply

Your email address will not be published.