ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত লেটেকুবস্তি গাঁৱত আজি অহা বিধ্বংসী ৰিমলাৰ ঘূৰ্ণী বতাহৰ তাণ্ডবৰ ফলত কিছু সময়ৰ আগত লেটেকুবস্তি গাওঁৱৰ নিবাসী উমা কুমাৰী চেত্ৰী ঘৰৰ ওপৰত হঠাৎ এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাত উমা কুমাৰী চেত্ৰী যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয়, আৰু গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে।