৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

নুমলীগড় শোধনাগাৰ বাইপাছৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটী আৰোহীক। স্কুটীখনৰ দুই স্কুটী আৰোহী থিতাতে নিহত। স্কুটী খনত এজন যুৱক আৰু এগৰাকী যুৱতী আছিল। বাইপাছৰ ফুলনী গাঁৱত এই দুৰ্ঘটনা।

স্কুটীখনৰ নম্বৰ As-05R -7২67 আৰু ডাম্পাৰখনৰ নম্বৰ As -05AC-5501.

ঘটনা সংঘটিত কৰি ডাম্পাৰচালক আৰু হেন্দিমেনৰ পলাইয়ন ।মৃত যুৱক-যুৱতীহাল এতিয়াও চিনাক্ত হোৱা নাই।

AssamAssamese NewsDaily time axomIndiaInternational
Comments (0)
Add Comment