কচুবাৰী মহাপ্ৰভূ শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত চুৰিকাণ্ড

তামুলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰী মহাপ্ৰভূ শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত চুৰিকাণ্ড

মণিকূটৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে আঢ়ৈ কেজি ওজনৰ ৰূপৰ গোপালৰ মূৰ্ত্তী এটাৰ লগতে
ভক্তই আগবঢ়োৱা সোনৰ ফুল ২০০ পাহ, ৰূপৰ ফুল ৩০০ পাহ।

প্ৰতিকূল বতৰৰ মাজতে প্ৰায় ৫ লক্ষাধিক টকাৰ মূল্যৰ সোণ-ৰূপৰ সামগ্ৰী চুৰি কৰি নিয়ে ৬-৮ জনীয়া চোৰৰ দলে ।

চোৰৰ দলে মণিকূটকত সেৱা জনাই চুৰিকাণ্ড সংঘটিত কৰা সমগ্ৰ ঘটনা বন্দি চিচি টিভিৰ কেমেৰাত।

Daily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment