“বন্ধু ৯১” আৰু গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা চাফাই অভিযান

“বন্ধু ৯১” আৰু গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা চাফাই অভিযানৰ কাৰ্য্যসূচী

উল্লেখ্য যে ৯১ চনৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ দ্বাৰা “বন্ধু ৯১” নামেৰে এটা সংগঠনৰ জন্ম দিয়া হৈছিল

সেই সংগঠনটোৱে আজি স্বচ্ছতা অভিযানৰ‌ কাৰ্যসূচীটো ৰূপায়ন কৰে কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।

কাৰ্যসূচীত সংগঠনটোৰ কেইবাজনো সদস্য‌ই অংশগ্ৰহণ কৰে

গুৱাহাটী পৌৰনিগমৰ পৌৰপতি মৃগেন শৰণীয়াও উপস্থিত থাকে ।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment