চলিত বৰ্ষৰ ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ পিছত ৰাজনৈতিক মহলৰ পৰা সাধাৰণ ৰাইজৰ এটা ধাৰণা আছিল যে কেৱল ৰাম লালায়েহে ভোটৰ জোৱাৰ আনি দিব। অৱশ্যে ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোৱে বেলেগ কথা কৈছে। আবেলি চাৰি বজালৈকে ভোট গণনা আগবাঢ়ি যোৱাৰ লগে লগে মোদীৰ পৰা যোগীলৈকে সকলোৰে কঁপাত ঘাম উলায়। এন ডি এ মিত্ৰজোঁটৰ পৰা বহু পিছ পৰি ৰয় INDIAৰ মিত্ৰতা।
উত্তৰ প্ৰদেশৰ ৮০টা লোকসভা সমষ্টিৰ ভিতৰত ৪৪টা সমষ্টিত আগবাঢ়ি আছে ইণ্ডিয়া এলায়েন্স (সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছ)।
Prev Post
Next Post