বনছাই অসমৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে পৰীক্ষামূলক চৰাই সংৰক্ষণৰ ব্যৱস্থা

সম্প্ৰতি গছ-গছনি কাটি তহিলং কৰাৰ ফলত পৃথিৱীত থকা আন জীৱকুলৰ লগতে চৰাইবোৰ ভয়ংকৰ বিপদৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে,বিশেষকৈ নগৰীয়া অঞ্চলবোৰত গছৰ সংখ্যা অতি কম হোৱাৰ ফলত চৰাইবোৰে বাঁহ সাজি বসবাস কৰিবলৈ নোৱাৰা হৈছে,যাৰ ফলস্বৰূপে চৰাইৰ সংখ্যা দ্ৰুতহাৰত কমিবলৈ আৰম্ভ কৰিছে,এইবোৰৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি ৫ জুন বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বনছাই অসম সৰভোগৰ উদ্যোগত আৰু সজাগ মৰিগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক তথা নাট্যকৰ্মী গোবিন কুমাৰ নাথৰ তত্ত্বাৱধানত পৰীক্ষামূলকভাৱে চৰাই সংৰক্ষণৰ ব্যৱস্থা কৰিছে৷

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment