৯ জুন তাৰিখ দেওবাৰৰ দিনা আবেলি ২ মান বজাত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ফকিৰাগ্ৰাম চিথিলাৰ নামাপাৰাত ভূমি কেন্দ্ৰিক মাৰপিটত আঘাতপ্ৰাপ্ত হৈ থকা সকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ যায়-সদৌ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মূখ্য আহ্বায়ক হাছিফুল ইছলাম,বঙাইগাঁও জিলা সমিতিৰ আহ্বায়ক মইনুল হক চৌধুৰী,বিটিআৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি সেখ ছেলিম পাটগিৰি,কোকৰাঝাৰ জিলা সভাপতি ছাইফুল্লা সেখ, বিটিআৰ জলহা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি আজমত আনছাৰী উপস্থিত থাকে।