আই আই টি গুৱাহাটীত ভাৰতীয় সেনা

আই আই টি গুৱাহাটীৰ আকাশত সেনা বাহিনীৰ হেলিকপ্টাৰ।
শিক্ষাপ্ৰতিষ্ঠান খনৰ মুখ্য প্ৰশাসনিক ভৱনৰ সন্মুখত শ্বাসৰুদ্ধ পৰিবেশ।
আই আই টি গুৱাহাটীৰ হ্ৰদত ভাৰতীয় সেনাৰ উদ্ধাৰ অভিযান।
হ্ৰদৰ মাজত মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তিক হেপিকপ্টাৰেৰে জীৱন্তে উদ্ধাৰ কৰিলে ভাৰতীয় সেনাৰ জোৱানে।
আৰু এই শ্বাসৰুদ্ধাৰ দৃশ্য প্ৰত্যক্ষ কৰিলে আই আই টি গুৱাহাটীৰ শিক্ষাৰ্থীৰ লগতে আৱাসী সকলে।
প্ৰকৃততে এয়া বানপানী সম্পৰ্কীয় মকড্ৰিল ভাৰতীয় সেনাৰ ।
ভাৰতীয় সেনাৰ উদ্যোগত আজি জলৰাহত নামেৰে বানপানী সম্পৰ্কীয় মলড্ৰিল অনুষ্ঠিত কৰা হয় আই আই টি গুৱাহাটীৰ চৌহদত।
মকড্ৰিলত অংশগ্ৰহণ কৰে NDRF, SDRF, ASDMA আৰু জিলা প্ৰশাসনৰ লগতে NCC য়ে।
বানপানীত কি দৰে বানাক্ৰান্তক উদ্ধাৰ কৰিব পাৰি তাক সহজ ভাৱে দেখুওৱা হয় এই মকড্ৰিলত ।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment