Daily Time Axom

বিলাসীপাৰাত গান্ধী চকত NSUI ৰ বিশাল প্ৰতিবাদ

0 21

সৰ্বভাৰতীয় NEET পৰিক্ষাৰ ফলাফলৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে ধুবুৰী জিলাৰ NSUI ৰ শতাধিক ছাত্ৰই।
ধুবুৰী জিলা N S U I যে বিলাসীপাৰা Neet পৰিক্ষাৰ ফলাফলৰ বিৰুদ্ধে এই প্ৰতিবাদ। অসম চৰকাৰ হায় হায় ভাৰত চৰকাৰ হায় হায় বিভিন্ন শ্লোগান প্ৰতিবাদ সাব্যস্ত কৰে।
উপস্থিত থাকে ধুবুৰী জিলাৰ শগুনমাৰী গাঁও পঞ্চায়তৰ সভাপতি আতৰোৱাৰ ৰহমান N S U I ৰ সভাপতি নুৰ উদ্দিন ধুবুৰী জিলাৰ যুৱ কংগ্ৰেছৰ সভাপতি আলকাছ আলী অসম N S U I ৰ উপ সভাপতি জয়নদিন সেখ পশ্চিম বিলাসীপাৰা যুৱ কংগ্ৰেছৰ সভাপতি জাকিৰ হুছেইন আৰু উপস্থিত থাকে বিভিন্ন ছাত্ৰ ।

Leave A Reply

Your email address will not be published.