Daily Time Axom

গৌহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ” ন’ ফ্লাই জ’ন” ঘোষণা

0 24

গৌহাটী উচ্চ ন্যায়ালয় চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদক সামৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ “ন’ ফ্লাই জ’ন” হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে । এই ব্যবস্হা পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব

Leave A Reply

Your email address will not be published.